ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য় সম্পন্ন ছহিদ মনেশ্বৰ বসুমতাৰীৰ। বাথৌ পৰম্পৰাৰে বীৰ ছহিদজনক চিৰবিদায় দিলে পৰিয়াল-আত্মীয় স্বজনে। পঞ্চভূতত বিলীন হোৱাৰ পিছতে ছহিদৰ ঘৰলৈ সোঁত বৈছে বহু লোকৰ। শোকাকুল পৰিৱেশৰ মাজত ছহিদ পৰিয়ালৰ কাষত থিয় হৈছে সহস্ৰজন। ছহিদ পৰিয়ালৰ আশা ৰাষ্ট্ৰৰ প্ৰয়োজনত পুত্ৰ-কন্যাকো পঠিয়াব সেনা বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে।
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:
0 Comments